11 Color Names From English to Assamese.

 আজিৰ এই টপিকটোত আমি সকলোৱে পৰিচিত ১১ টা ৰঙৰ নাম ইংৰাজী আৰু অসমীয়াত উচ্চাৰণ সহকাৰে শিকিম। যিসকলে ইংৰাজী Basic ৰ পৰা শিকিব বিচাৰিছে তেওঁলোকে এই পেজটো Follow কৰিব পাৰে। যিমান পাৰে লিংকটো share কৰি অন্যান্য ছাত্ৰ ছাত্ৰী সকলক পঢ়াৰ সুযোগ কৰি দিয়ে যেন।







এই ১১ টা ৰঙৰ নাম ইংৰাজী আৰু অসমীয়াত তলত উল্লেখ কৰা হ'ল —

Colour বা Color = ( কালাৰ ) = ৰং ।

1. Red = (ৰেড) = ৰঙা।
2. Blue = (ব্লু)  = নীলা।
           3. Green = (গ্ৰীন) = সেউজীয়া।
            4. Yellow ( ইয়েলৌ) = হালধীয়া।
                           5. Orange = (অৰেঞ্জ) = কমলা / সুমথিৰা।
             6. Purple = (পাৰ্পল) = বেঙুনীয়া।
         7. Pink = (পিংক) =  গুলপীয়া।
    8. Brown = (ব্ৰাউন) = মুগা।
      9. White = (হোৱাইট) = বগা।
  10. Black = (ব্ল্যাক)  = ক'লা।
11. Grey = (গ্ৰেই ) = ধূসৰ।